17. উপেক্ষিতৰ জীৱন আৰু জয়কান্থনৰ ‘উন্নাইপ’ল অ’ৰুৱন’(প্ৰবন্ধ) ✍ অনামিকা ৰাজবংশী

উপেক্ষিত শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Subaltern’ ৷ এই শব্দটো পোনতে ইটালীৰ এণ্টনিঅ’গ্ৰামছীয়ে ব্যৱহাৰ কৰিছিল৷ কমিউনিষ্ট দলৰ এজন সক্ৰিয় কৰ্মী গ্ৰামছীৰ এই ধাৰণাটো ১৯৮২ চনত জনপ্ৰিয় হৈ পৰে৷ তেওঁ এই শব্দটোক এখন সমাজৰ সৰ্বহাৰালোকসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল৷ লেটিন ভাষাত ‘Sub’ মানে হ’ল ‘তলত’ আৰু ‘Alter’ মানে ‘অন্য লোক’৷ অৰ্থাৎ ‘Subaltern’ মানে হ’ল ‘আনৰ তলতীয়া’৷ সাধাৰণতে উপেক্ষিত ধাৰণাটোৱে সম্পূৰ্ণৰূপে আনৰ তলৰ নাইবা তলৰ খাপৰ লোকসকলক  বুজায়৷ অৱশ্যে, তেওঁলোক যিকোনো শ্ৰেণী, ধৰ্ম নাইবা লিংগৰ হ’ব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *