19. অগ্নিস্নানৰ চিত্ৰনাট্য : এক অৱলোকন (প্ৰবন্ধ) *গীতালী শইকীয়া

ঘোঁৰা বাগী এখন গৈ থকা মহীকান্তৰ চুবুৰীৰ ৰাস্তাৰ ইমেইজেৰে অগ্নিস্নানৰ চিত্ৰনাট্যৰ আৰম্ভণি ঘটিছে ৷ চুবুৰীটোৰ প্ৰতিঘৰ মানুহৰ পদূলিতে মানুহৰ জুম ৷ বিশেষকৈ তিৰোতা মানুহে জুম বান্ধিছেহি ৷ এইটো Shot No – 1 ৰ ৷  ল’ৰা- ছোৱালী কেইটামানে দৌৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *