18. উষা প্ৰিয়ম্বদাৰ ‘ৱাপচী’ আৰু হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পত প্ৰতিফলিত মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰঃ এটি অধ্যয়ন (প্ৰবন্ধ) *মীৰ আব্দুৰ ৰহিম

উষা প্ৰিয়ম্বদা আধুনিক হিন্দী সাহিত্যৰ এগৰাকী সংবেদনশীল লেখিকা ৷ হিন্দী সাহিত্যত বিশেষকৈ নাৰী সংবেদনাৰ লগত জড়িত কাহিনীকাৰ হিচাপে তেখেতৰ বিশেষ সুনাম আছে ৷ ভাৰতীয় সমাজৰ এই দিশটোৰ প্ৰতি তেখেতে অতি সচেষ্ট আছিল য’ত সমাজ সম্পূৰ্ণভাৱে আধুনিক হবলৈ ধৰিছে যদিও মানুহৰ মনৰ নিভৃতিত পৰম্পৰাগত মূল্যবোধ আৰু সংস্কৃতি জীয়াই ৰখাৰ হেঁপাহ শেষ হোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *