26. তাৰো চিণ্ডিকৰ কবিতা (অনুবাদ সাহিত্য) *ড° দেৱহৰি তালুকদাৰ

মোৰ মায়ে জানে

মোৰ মা

শব্দৰ সন্মুখত অন্ধ হৈ যায়

কিন্তু সেই ক’লা আখৰবোৰৰ মাজত লুকাই থকা  

ভৱিষ্যতৰ উজ্জ্ৱলতাখিনিৰ বিষয়ে  

মোৰ মায়ে জানে ।   

Leave a Reply

Your email address will not be published. Required fields are marked *