25. চৰকাৰ সলনি হ’ল (অনুবাদ সাহিত্য) *মূল (হিন্দী) : আশা প্ৰভাত *অনুবাদ : ড° গায়ত্ৰী শৰ্মা

বৰষুণ পুনৰ আহিছিল ৷ আকাশত স্বচ্ছন্দভাৱে লম্ফজম্ফ কৰি থকা ক’লা ডাৱৰসমূহ একগোট হৈ যিকোনো সময়তেই ভূপতিত হ’বলৈ সাজু ৷ একগোট হয়েই মানুহবোৰ পলাবলৈ ধৰিছিল, সমস্ত সাঁচতীয়া, মাল আচবাব, লাম-লাকটু লৈ নামনি অঞ্চলৰ পৰা মানুহবোৰ আশ্ৰয়ৰ সন্ধানত ওলাল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *