21. প্ৰেমৰ কবিতা (কবিতা) *জয়জিৎ ডেকা

কুমলীয়া পাতটোৰ বুকুৰে নামি অহা

        বৰষাৰ টোপালটোৱে ক’লেঃ

        এয়াই ভালপোৱা

        ইচ্ছাৰ বিৰুদ্ধে গুচি যোৱা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *