22. জাৰ (কবিতা) *বিজয় শংকৰ বৰ্মন

কুঁৱলিয়ে গুলুম মাৰি ধৰা

দূৰৰ ৰঙা টিলাটো

নৈৰ বুকুত হাউলি পৰা

এজোপা গছ

নাওবোৰ পুৰে চৰাখৰীয়াত

ৰাতিয়ে পুতি থয় সন্ধ্যাৰ হুমুনিয়াহ

Leave a Reply

Your email address will not be published. Required fields are marked *