26. হৰিবংশ ৰায় বচ্চনৰ কবিতা(অনূদিত কবিতা) ✍ অনুবাদ: উদিপ্ত তালুকদাৰ

সুৰসুৰীয়া পথ: ঘাইপথ

আগতে ইয়াত এটি সুৰসুৰীয়া পথ আছিল

চহৰৰ পৰা গাঁৱলৈ;

এতিয়া ইয়াত এটি ঘাইপথ হ’ল

গাঁৱৰ পৰা চহৰলৈ;

আৰু চাওঁতে চাওঁতে

        সমগ্ৰ পৃথিৱীখনেই সলনি হ’ল।

1 thought on “26. হৰিবংশ ৰায় বচ্চনৰ কবিতা(অনূদিত কবিতা) ✍ অনুবাদ: উদিপ্ত তালুকদাৰ

  1. Harivansh Rai Bachchan is one of my favorite poets of all time. Reading his majestic poems in Assamese is a beautiful experience for me. I truly appreciate this author for the awesome translation. Thank you.

Leave a Reply

Your email address will not be published. Required fields are marked *