17. ধন্যবাদ(প্ৰবন্ধ) ✍ নীলিম আকাশ কাশ্যপ

আজৰি সময় কটাবলৈ কাচিৎ দুই এখন চিনেমা চোৱা হয়। আগতে বৰকৈ চিনেমা চোৱা হৈছিল- কিন্তু আজিকালি হাতত পোৱা সময়কণ অতিবাহিত কৰা যায় হয় পঢ়াত, অন্যথা একমাত্ৰ তনয়া জীউৰ সৈতে৷ তাৰ মাজতে অৱশ্যে চিনেমাও চোৱা হয়; কিন্তু কাচিৎহে কোনো এখন চিনেমা সম্পূৰ্ণকৈ চোৱা হৈ উঠেগৈ৷ বিভিন্ন কাৰকৰ পৰিপ্ৰেক্ষিতত চাবলৈ লোৱা চিনেমাখনে আকৰ্ষণ কৰিব নোৱাৰাৰ প্ৰেক্ষাপটত সাধাৰণতে বহুভাগ চৰ্চিত চিনেমাই আধাচোৱাকৈ বা অলপ চায়েই এৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *