16. ঐপুলিৰ সপোনৰ দেশত এভুমুকি(প্ৰবন্ধ) ✍ নিশা ভূঞা

ছ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অলেখ নেতিবাচক দিশৰ কথা প্ৰায়ে বহুলোকে উনুকিয়ায়। কিন্তু এই সাৰ্বজনীন মাধ্যমৰ ইতিবাচক দিশসমূহ উলাই কৰিব নোৱাৰি। তাৰ ভিতৰত অন্যতম হৈছে সামাজিক মাধ্যমত হোৱা সাহিত্য চর্চা। বিশেষকৈ ফেচবুকত বহুলোকে নিৰলসভাৱে সাহিত্য চর্চা কৰা পৰিলক্ষিত হয়। শেহতীয়াভাৱে ফেচবুকত ৰচিত হোৱা বহু অনন্য সাহিত্যৰাজি গ্ৰন্থৰূপে প্ৰকাশ হৈ ওলাইছে। সেই সমূহৰ ভিতৰত সামাজিক উপন্যাস “ঐপুলিৰ সপোনৰ দেশ” বিশেষভাৱে উল্লেখযোগ্য। উপন্যাসখনৰ স্ৰষ্টা হৈছে ভৱানী পেগু।

Leave a Reply

Your email address will not be published. Required fields are marked *