22. অনিন্দিতা কলিতাৰ কবিতা

মোৰ কংক্ৰীটৰ সোঁভৰি

অকস্মাৎ

এচপৰা মেঘ

বিজুলীয়াই বিজুলীয়াই মোৰ

অ-কাঠ সোঁ-ভৰিৰ হাঁড়ৰ সুৰংগত 

যাতনাৰে জী উঠিব নিদি প্ৰিয়ক

আৰ্তনাদ এটা টোমাই থ’লো

জীয়াবলৈ উশাহকণ নিজেই লওঁ

তেনেকৈ ৰ’দাই থওঁ

জেকা লগা সময়

Leave a Reply

Your email address will not be published. Required fields are marked *