24. ভঙা কলম (কবিতা) *জ্যোতিৰ্ময় কলিতা

ভালপোৱাবোৰ

তাতেই শেষ হৈছিল

য’ত গোলাপ পাহি মৰহিছিল

নেদেখা নদীৰ ঘাটত

ছন্দহীন হৈ পৰা দিনৰে পৰা

ক্ৰমাৎ অসুখীয়া হৈ পৰিছিল

Leave a Reply

Your email address will not be published. Required fields are marked *