23. শ (কবিতা) *মিণ্টুল হাজৰিকা

বতাহজাকৰ গাত পোনাকণ 

হাতত ৰঙা দুটা লজেন

মেঘৰ গাজনিত পুৰণি চহৰ

দৌৰিছে 

লগে লগে 

এজাক নীলা চৰাই 

বননিৰ আঁৰত কোন মধুচন্দ্ৰিকা

গাইছে হৰিণ বনৰ গান 

Leave a Reply

Your email address will not be published. Required fields are marked *