17. চিলপ্‌পদিকাৰমঃ এটি নিবিড় পাঠ [সাহিত্যিক বিধাৰ আধাৰত] (প্ৰবন্ধ) *ড° বি. বিজয়কুমাৰ *অনামিকা ৰাজবংশী

তামিল সাহিত্য ভাৰতীয় অন্যান্য সাহিত্যৰ ভিতৰত অন্যতম আৰু প্ৰাচীন ৷ তামিল সাহিত্য অত্যন্ত চহকী আৰু প্ৰায় দুহেজাৰ বছৰ পুৰণি  সাহিত্য ৷ এই সাহিত্যৰ প্ৰাচীন কালৰ এক অন্যতম গুৰুত্বপূৰ্ণ স্থান আছে । ‘তামিল সাহিত্যৰ পৌৰাণিক সাহিত্যকৃতিক ‘সংঘম সাহিত্য’ বুলি কোৱা হয় ৷ এয়া  খ্ৰীষ্টজন্মৰ আগৰ পুৰণি সাহিত্য৷ এই সময়ত বহুকেইখন কবিতাৰ সংগ্ৰহ ৰচনা হৈছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *