মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠ উপন্যাস কেইখনৰ ভিতৰত ‘মামৰে ধৰা তৰোৱাল’ অন্যতম ৷ এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮২ চনৰ সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ৷ এই একেখন উপন্যাসৰ বাবে ঔপন্যাসিক গোস্বামীয়ে ২০০০ চনত ভাৰত চৰকাৰৰ পৰা জ্ঞানপীঠ বটাঁৰেও সন্মানিত হৈছিল ৷ তেওঁ প্ৰথম গৰাকী জ্ঞানপীঠ বটাঁ বিজয়ী অসমীয়া মহিলা ঔপন্যাসিক৷