24. ‘সিহঁত’ৰ কথাবোৰ…(গ্ৰন্থ সমীক্ষা) ✍ নিশা ভূঞা

প্ৰত্যেকজন ব্যক্তিৰে নিজৰ জীৱনৰ সৈতে সংপৃক্ত কেতবোৰ অতিকৈ গুৰুত্বপূৰ্ণ ঘটনা মনৰ একোণত সজীৱ হৈ থাকে। পিছে কোনো এজন ব্যক্তি আমাৰ সামাজিক প্ৰেক্ষাপটৰ সৈতে সংপৃক্ত হৈ থকা কেতবোৰ অতিকৈ গুৰুত্বপূৰ্ণ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহ’লেও তেওঁৰ মনত তেনে ঘটনাৰ চাপ কোনো কোনো সময়ত বিভিন্ন সমলৰ সহায়ত দকৈ খোদিত হয়। এই ক্ষেত্ৰত মূলতঃ তেনে ঘটনা বা বিষয়ক মূল ৰূপে লৈ ৰচনা কৰা অনন্য সাহিত্যৰাজিয়ে প্ৰায়েই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। পঢ়ুৱৈৰ মনত গভীৰ চাপ চিৰদিনৰ বাবে বহুৱাবলৈ সক্ষম হোৱা তেনে এখন উপন্যাস হৈছে “সিহঁত”।

Leave a Reply

Your email address will not be published. Required fields are marked *