14. চাৰ্বাক দৰ্শন আৰু নৱকান্ত বৰুৱাৰ কবিতা ‘চাৰ্বাক’(প্ৰবন্ধ) ✍ ড০ শিপ্ৰা পাইক

প্ৰত্যেক মানুহৰেই নিজাববীয়াকৈ এটা জীৱন দৰ্শন থাকে যাক মূল কৰি তেখেতে নিজ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰে। নাস্তিকতাবাদৰ অন্যতম দৰ্শন হ’ল চাৰ্বাক দৰ্শন। অৰ্থাৎ Eat Drink and Merry is the bohemian way of life হৈছে চাৰ্বাক দৰ্শনৰ মূল কথা। চাৰ্বাকৰ মতে, ‘মৰণমেৱ অপবৰ্গ’ অৰ্থাৎ মৃত্যুতেই মোক্ষ। স্বৰ্গ বুলি কোনো ঠাই নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *