15. অসমীয়া থলুৱা খাদ্যৰ বিপণন : সাম্প্ৰতিক পক অৱস্থা আৰু সম্ভাৱনীয়তা(প্ৰবন্ধ) ✍ সাক্ষী প্ৰিয়ম্বদা

“The soul of India lives in its villages”

‘অৰ্থাৎ ভাৰতবৰ্ষৰ আত্মা প্ৰতিখন গাঁওৰ মাজতেই বিলীন হৈ আছে।’

– মহাত্মা গান্ধী
জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে গাঁওবোৰেই এখন দেশ, একোটা জাতিৰ শিপা। ডাঙৰ গছ এজোপা মাটিত থিয় হৈ থাকিবলৈ যেনেকৈ তাৰ শিপা দূৰলৈ মজবুতকৈ শিপাব লাগে, ঠিক তেনেকৈয়ে একোটা জাতিৰ গৰিমা অব্যাহত থাকিবলৈকো গাঁওবোৰ সমৃদ্ধিশালী হ’ব লাগিব। এটা জাতিৰ অৰ্থনীতি, সংস্কৃতি চহৰমুখী সংস্কৃতিৰ দ্বাৰা মোহগ্ৰস্ত হৈ পৰাৰ ফলত মানুহবোৰে যেতিয়া গাঁওবোৰক অৱহেলা কৰিবলৈ আৰম্ভ কৰিলে ঠিক তেতিয়াৰে পৰা জাতিবোৰৰ গৰিমা ম্লান পৰিবলৈ আৰম্ভ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *