23. ভাৱ জোঁটনি(কবিতা) ✍ বিভাৰাণী তালুকদাৰ

বন-তুলসীৰ হাতত ধৰা

লতা-কেৰেলাৰ কোমল আঙুলি

বন নিৰাবলৈ গৈ

ধৰি আনো কেমেৰাত

জুম কৰি চালে দেখি

আমাৰ মাজৰ খীন চুলিৰেখা

সীমা আঁকি কিদৰে ভগোৱা যায় ভাবৰ বিস্তৃতিক !

Leave a Reply

Your email address will not be published. Required fields are marked *