21. জেওৰা(চুটি গল্প) ✍ সংস্থিতা শৰ্মা

“When adults say, ‘Teenagers think they are invincible’ with that sly, stupid smile on their faces, they don’t know how right they are.” কিতাপখনৰ পাত লুটিয়াই গৈ থাকোঁতে লাইনটোত ৰৈ গ’ল বিদিশা। জন গ্ৰীণৰ ‘লুকিং ফ্ৰম আলাস্কা’। কিতাপখনৰ কথা বহুতৰ মুখত শুনিছে তাই। আজি পঢ়িবলৈ বহিছে। এনেই ঠাণ্ডাৰ দিন, তাতে আইতাকে কমলা কেইটামান দি গৈছে। বাহিৰত দিও-নিদিওকৈ থকা এচমকা ৰ’দ। কিতাপ পঢ়াৰ আমেজকণ এই বতৰত এৰিব পাৰি জানো? সেয়ে গতানুগতিক দশম শ্ৰেণীৰ ব্যস্ত, আমনিদায়ক ৰুটিনখনৰপৰা এটা দিন নিজৰ বাবে উলিয়াই ল’লে বিদিশাই।

Leave a Reply

Your email address will not be published. Required fields are marked *