19. মই বিদ্যা সৰ্বানন বিদ্যাঃ এটি চমু পৰ্যালোচনা(প্ৰবন্ধ) ✍ ড০ অনামিকা ৰাজবংশী

ভাৰতৰ বিভিন্ন ৰাজ্যত ‘হিজৰা’ নামেৰে অভিহিত transgender বা third gender কিন্নৰসকল সমাজৰ অৱহেলিত শ্ৰেণী। তামিল ভাষাত কিন্নৰসকলক ‘টিৰুনাংগাই’ বুলি কোৱা হয়। নাৰী অথবা পুৰুষ কোনো এটা নিৰ্দিষ্ট পৰিচয়ৰে নিজকে চিনাকি দিব নোৱাৰা এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ এক কৰুণ দস্তাবেজ হ’ল ‘মই বিদ্যা’। কিতাপখনৰ বেটুপাতত থকা নাম লিখা ধৰণটোৱে কিতাপখনৰ মূল বক্তব্যক ইংগিতময় কৰি তুলিছে। প্ৰথমে লিখা আছে ‘মই বিদ্যা সৰ্বানন বিদ্যা’ আৰু তাত ‘সৰ্বানন ’ শব্দটো কাটি দিয়াৰ চিহ্ন আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *