Category: First Issue: Year:1, Issue:1; July-December, 2020
20. পুঁজিবাদ (গল্প) *স্তুতি বন্দনা
এ মাই জৰ দে …জৰ দে এ মাই সাত মাহ সৰকি কোনোমতে আঠমাহত সোমাওতেও পেটৰ তলৰ আধা ওলাই থকা অকণমান শৰীৰটোক সম্পূৰ্ণকৈ উলিয়াই আনিবলৈ লচমী…
21. প্ৰেমৰ কবিতা (কবিতা) *জয়জিৎ ডেকা
কুমলীয়া পাতটোৰ বুকুৰে নামি অহা বৰষাৰ টোপালটোৱে ক’লেঃ এয়াই ভালপোৱা ইচ্ছাৰ বিৰুদ্ধে গুচি যোৱা ৷
22. জাৰ (কবিতা) *বিজয় শংকৰ বৰ্মন
কুঁৱলিয়ে গুলুম মাৰি ধৰা দূৰৰ ৰঙা টিলাটো নৈৰ বুকুত হাউলি পৰা এজোপা গছ নাওবোৰ পুৰে চৰাখৰীয়াত ৰাতিয়ে পুতি থয় সন্ধ্যাৰ হুমুনিয়াহ
23. শ (কবিতা) *মিণ্টুল হাজৰিকা
বতাহজাকৰ গাত পোনাকণ হাতত ৰঙা দুটা লজেন মেঘৰ গাজনিত পুৰণি চহৰ দৌৰিছে লগে লগে এজাক নীলা চৰাই বননিৰ আঁৰত কোন মধুচন্দ্ৰিকা গাইছে হৰিণ বনৰ গান
24. ভঙা কলম (কবিতা) *জ্যোতিৰ্ময় কলিতা
ভালপোৱাবোৰ তাতেই শেষ হৈছিল য’ত গোলাপ পাহি মৰহিছিল নেদেখা নদীৰ ঘাটত ছন্দহীন হৈ পৰা দিনৰে পৰা ক্ৰমাৎ অসুখীয়া হৈ পৰিছিল
25. চৰকাৰ সলনি হ’ল (অনুবাদ সাহিত্য) *মূল (হিন্দী) : আশা প্ৰভাত *অনুবাদ : ড° গায়ত্ৰী শৰ্মা
বৰষুণ পুনৰ আহিছিল ৷ আকাশত স্বচ্ছন্দভাৱে লম্ফজম্ফ কৰি থকা ক’লা ডাৱৰসমূহ একগোট হৈ যিকোনো সময়তেই ভূপতিত হ’বলৈ সাজু ৷ একগোট হয়েই মানুহবোৰ পলাবলৈ ধৰিছিল, সমস্ত…
26. তাৰো চিণ্ডিকৰ কবিতা (অনুবাদ সাহিত্য) *ড° দেৱহৰি তালুকদাৰ
মোৰ মায়ে জানে মোৰ মা শব্দৰ সন্মুখত অন্ধ হৈ যায় কিন্তু সেই ক’লা আখৰবোৰৰ মাজত লুকাই থকা ভৱিষ্যতৰ উজ্জ্ৱলতাখিনিৰ বিষয়ে মোৰ মায়ে জানে…
Dr. Rita Moni Baishya




