Recent Posts
16. ঐপুলিৰ সপোনৰ দেশত এভুমুকি(প্ৰবন্ধ) ✍ নিশা ভূঞা
ছ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অলেখ নেতিবাচক দিশৰ কথা প্ৰায়ে বহুলোকে উনুকিয়ায়। কিন্তু এই সাৰ্বজনীন মাধ্যমৰ ইতিবাচক দিশসমূহ উলাই কৰিব নোৱাৰি। তাৰ ভিতৰত অন্যতম হৈছে…
17. ধন্যবাদ(প্ৰবন্ধ) ✍ নীলিম আকাশ কাশ্যপ
আজৰি সময় কটাবলৈ কাচিৎ দুই এখন চিনেমা চোৱা হয়। আগতে বৰকৈ চিনেমা চোৱা হৈছিল- কিন্তু আজিকালি হাতত পোৱা সময়কণ অতিবাহিত কৰা যায় হয় পঢ়াত, অন্যথা…
18. ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাত সমন্বয় চিন্তা(প্ৰবন্ধ) ✍ ড° দীপ্তিশিখা নাথ
ভাৰতৰ জাতীয় জীৱনৰ এক উজ্জ্বল নক্ষত্ৰ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৯১৭ চনত বিশ্ব সাহিত্যৰ সৰ্বোচ্চ সন্মান নোবেল বঁটা প্ৰাপ্তিৰ মাজেৰে তেখেতে ভাৰতীয় সাহিত্যকো বিশ্ব সাহিত্যৰ মৰ্য্যদা…
19. ফাগুনৰ ফুল(চুটি গল্প) ✍ ড° অনামিকা ৰাজবংশী
আকৌ এবাৰ খিড়িকীখন জাপ খাই গ’ল। বতাহৰ কোৱত পৰ্দাখনে টেবুলৰ কাগজবোৰ কোবাই গৈছে। বাহিৰত অলপ দূৰৈত হৰ্ হৰ্ শব্দ এটা ডাঙৰ হৈ আহিছে। যোৱা দুদিনমানৰ…
20. পূঁজিবাদ(চুটি গল্প) ✍ স্তুতি বন্দনা বৰকাকতী
-এ মাই জৰ দে …জৰ দে এ মাই সাত মাহ সৰকি কোনোমতে আঠমাহত সোমাওঁতে পেটৰ তলৰ আধা অংশ ওলাই থকা অকণমান শৰীৰটোক সম্পূৰ্ণকৈ উলিয়াই আনিবলৈ…
21. সত্যজিৎ কলিতাৰ কবিতা
১. ফাগুন তোলৈ মনত পৰে… ধূসৰ আকাশ ধূলিয়ৰী পথ, তোৰ সান্নিধ্যত কেঁচা মাটিৰ লেশ! স্মৃতিৰ আবেগে কৰিছে আমনি, সেউজীয়া তই অদূৰত শ্যামলী!! উন্মনা আছিলো তোৰেই…
22. অনিন্দিতা কলিতাৰ কবিতা
মোৰ কংক্ৰীটৰ সোঁভৰি অকস্মাৎ এচপৰা মেঘ বিজুলীয়াই বিজুলীয়াই মোৰ অ-কাঠ সোঁ-ভৰিৰ হাঁড়ৰ সুৰংগত যাতনাৰে জী উঠিব নিদি প্ৰিয়ক আৰ্তনাদ এটা টোমাই থ’লো জীয়াবলৈ উশাহকণ নিজেই…
23. গীতালি বৰাৰ ‘অন্তৰতম’-এটি আলোচনা(গ্ৰন্থ সমীক্ষা) ✍ ড০ লিপিমণি দত্ত
এনেকুৱা অনেক কথা থাকে যিবোৰ কেৱল নিজৰ। অন্তৰৰো অন্তৰৰ কিছু যাতনা-ৰিক্ততা-একাকীত্ব কেৱল মাথোঁ নিজেহে উপলব্ধি কৰিব পাৰি। সেই বিশেষ মানসিক অৱস্থা আনৰ আগত তুলি ধৰাটো…
24. তছলিমা নাছৰিনৰ কবিতাৰ অনুবাদ ✍ অনুবাদক: ছা-হা-বা হাৰ্টি
পৰাধীনতা এয়া মোৰ ঘৰ, মোৰেই ঘৰ এইটো, পুৰুষবোৰে কয়, নাৰীৰ আকৌ নিজা ঘৰ কিহৰ? এয়া মোৰ মাটি, ইয়াত মই নিজ হাতেৰে বীজ গুজিম। দেখি হাঁহে…
Dr. Rita Moni Baishya




