Recent Posts

Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

16. নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক’(প্ৰবন্ধ) ✍ড০ তনয় জ্যোতি দুৱৰা

সাম্প্ৰতিক যুগৰ কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী অন্যতম কবি। ‘বনফৰিঙৰ ৰং’, ‘দিনৰ পিছত দিন’, ‘সমীপেষু’, ‘সুদীৰ্ঘ দিন আৰু ঋতু’ কাব্য পুথিৰে অসমীয়া কাব্যকানন সমৃদ্ধ কৰা…

Continue Reading... 16. নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক’(প্ৰবন্ধ) ✍ড০ তনয় জ্যোতি দুৱৰা
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

17. ‘তগৰ’ আৰু ‘মেনকা’: অসমীয়া উপন্যাসৰ দুই ভিন্ন নাৰী (প্ৰবন্ধ) ✍ ড০ হিৰুমনি কলিতা

ঊনবিংশ শতিকাৰ শেষ দশকত অসমীয়া সাহিত্যত উপন্যাসৰ শুভাৰম্ভ ঘটে। ‘অৰুনোদই’ যুগত খ্ৰীষ্টান মিছনেৰী সকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা দুই এটি কাহিনীত উপন্যাসৰ লক্ষণ দেখা…

Continue Reading... 17. ‘তগৰ’ আৰু ‘মেনকা’: অসমীয়া উপন্যাসৰ দুই ভিন্ন নাৰী (প্ৰবন্ধ) ✍ ড০ হিৰুমনি কলিতা
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

18. নৱকান্ত বৰুৱাৰ ‘ককাদেউতাৰ হাড়’ : এক সমীক্ষাত্মক আলোচনা (প্ৰবন্ধ) ✍ বিষ্ণুৰাত বৰা

অসমীয়া সাহিত্য-জগতৰ অনন্য প্ৰতিভাধৰ কবি, সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ এখনি উল্লেখযোগ্য উপন্যাস হৈছে ‘ককাদেউতাৰ হাড়’। ভাবগধুৰ কবিতা ৰচনাৰে নৱকান্ত বৰুৱাৰ জীৱন জ্যোতিষ্মান। উল্লেখযোগ্য কথা…

Continue Reading... 18. নৱকান্ত বৰুৱাৰ ‘ককাদেউতাৰ হাড়’ : এক সমীক্ষাত্মক আলোচনা (প্ৰবন্ধ) ✍ বিষ্ণুৰাত বৰা
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

19. মই বিদ্যা সৰ্বানন বিদ্যাঃ এটি চমু পৰ্যালোচনা(প্ৰবন্ধ) ✍ ড০ অনামিকা ৰাজবংশী

ভাৰতৰ বিভিন্ন ৰাজ্যত ‘হিজৰা’ নামেৰে অভিহিত transgender বা third gender কিন্নৰসকল সমাজৰ অৱহেলিত শ্ৰেণী। তামিল ভাষাত কিন্নৰসকলক ‘টিৰুনাংগাই’ বুলি কোৱা হয়। নাৰী অথবা পুৰুষ কোনো…

Continue Reading... 19. মই বিদ্যা সৰ্বানন বিদ্যাঃ এটি চমু পৰ্যালোচনা(প্ৰবন্ধ) ✍ ড০ অনামিকা ৰাজবংশী
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

20. একেখন ঘৰতে(চুটি গল্প) ✍ শংকৰ দত্ত

এটা ক’লা। এটা বগা। পক্ষ-প্ৰতিপক্ষ। হ’লেও একেখন মজিয়াত সুবিন্যস্ত হৈ থাকে। সুসজ্জিত হৈ থাকে। এটা ক’লা এৰি এটা বগা, এটা বগা এৰি এটা ক’লা। আৰু…

Continue Reading... 20. একেখন ঘৰতে(চুটি গল্প) ✍ শংকৰ দত্ত
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

21. জেওৰা(চুটি গল্প) ✍ সংস্থিতা শৰ্মা

“When adults say, ‘Teenagers think they are invincible’ with that sly, stupid smile on their faces, they don’t know how right they are.” কিতাপখনৰ পাত…

Continue Reading... 21. জেওৰা(চুটি গল্প) ✍ সংস্থিতা শৰ্মা
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

22. শেৱালি ফুলৰ দৰে(অণুগল্প) ✍ গীতা বৰ্মন

পদুলিমুখৰ শেৱালিজোপা ফুলিলে তাইৰ নিজকে মেঘ আতৰি যোৱা আকাশখনৰ দৰে লাগে। প্ৰিয়গীতৰ কলি এটিয়ে গুণগুণাই থাকে চৌপাশ। আজলী শেৱালীৰ সতে তাইৰ আজন্ম আত্মীয়তা। আজি কিছুদিনধৰি…

Continue Reading... 22. শেৱালি ফুলৰ দৰে(অণুগল্প) ✍ গীতা বৰ্মন
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

23. ভাৱ জোঁটনি(কবিতা) ✍ বিভাৰাণী তালুকদাৰ

বন-তুলসীৰ হাতত ধৰা লতা-কেৰেলাৰ কোমল আঙুলি বন নিৰাবলৈ গৈ ধৰি আনো কেমেৰাত জুম কৰি চালে দেখি আমাৰ মাজৰ খীন চুলিৰেখা সীমা আঁকি কিদৰে ভগোৱা যায়…

Continue Reading... 23. ভাৱ জোঁটনি(কবিতা) ✍ বিভাৰাণী তালুকদাৰ
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

24. কি বিচাৰি ফুৰিছা সিদ্ধাৰ্থ(কবিতা) ✍ প্ৰাঞ্জল তালুকদাৰ

এই গহন নিজান বাটত কি বিচাৰি ফুৰিছা সিদ্ধাৰ্থ এন্ধাৰত উচুপি আছে যশোধৰা ৰাহুলে খেপিয়াই চাইছে বিচনা পিতা ক’লৈ গ’ল ক’লৈ গ’ল পিতা! বোধিদ্ৰুমৰ তলত আছেনে…

Continue Reading... 24. কি বিচাৰি ফুৰিছা সিদ্ধাৰ্থ(কবিতা) ✍ প্ৰাঞ্জল তালুকদাৰ
Posted in Fourth Issue: Year: 3, Issue: 4; January-June, 2022

25. অসংলগ্ন(কবিতা) ✍ উৎপল শৰ্মা

একেটা মুদ্ৰাৰ ভিন ভিন পিঠি, একেটা খামত ভিন ভিন চিঠি। একেখন আকাশৰে ৰ’দ আৰু বৰষুণ, একেখিনি ডাৱৰেই বান্ধে, খোলে গাঁঠি। যি প্ৰশ্নৰ উত্তৰত আপুনি ওঁঠত…

Continue Reading... 25. অসংলগ্ন(কবিতা) ✍ উৎপল শৰ্মা